audio
audioduration (s)
1.02
14.8
text
stringlengths
7
116
gender
class label
2 classes
সতিনীয়েকহঁতে লচপচকৈ কাপোৰ বৈছে
0female
আৰু চিলনী জীয়েকে একো নকৰাকৈ কপাহবোৰ পেলাই থৈছে
0female
দেখি সিহঁতে পেটে পেটে ৰং পাই ভাবিছে
0female
এই বাৰ বান্ধৈ পৰিল ফান্দত
0female
এই বাৰ চিলনী জীয়েকে কাপোৰ দিব নোৱাৰিলে সদাগৰে শুদাই নেৰে
0female
নিজৰ নিজৰ কাপোৰ গামোচা চোলা চুৰিয়া উলিয়াই
0female
আৰু চিলনী জীয়েকে মাথোন চুঙা চাৰিটা দিলে
0female
চুঙা চাৰিটা গিৰিয়েকৰ হাতত দিয়া দেখি ঢেক ঢেক কৰে হাঁহিবলৈ ধৰিলে
0female
সদাগৰেও খঙত চকু ৰঙা কৰি চিলনী জীয়েকক সুধিলে
0female
এইবোৰ কি দিছ তোৰ কাপোৰ কতা
0female
তাই কলে চু‍ঙাকেইটা মেলি চাওক
0female
সদাগৰে এটা এটাকৈ চুঙাকেইটাৰ সাফঁৰ মেলিলত সুন্দৰ চোলা চুৰিয়া
0female
পাটকাপোৰ আৰু গামোচা ওলাই পৰিল
0female
আৰু এইবোৰ ইমান বঢিয়া আৰু মিহি যে
0female
সেইবোৰৰ আগত সতিনীয়েকহঁতৰবোৰ শোটাকানি বুলিলেই হয়
0female
সাতোজনীয়ে দিয়া কাপোৰ বোৰ ডোখৰ ডোখৰ কৰি কাটি
0female
দলিয়াই পেলাই দি চিলনী জীয়েকে দিয়াবোৰ পিন্ধিলে
0female
লাহে লাহে সতিনীয়েকহঁতে গম পালে যে
0female
এজনী চিলনী আহি তাইক এনেদৰে বুদ্ধি দি যায়
0female
ইযাকে গম পাই সিহঁতে চিলনী জনীক মাৰিবলৈ বুলি বুদ্ধি আলচিলে
0female
তাই কি বুলি চিলনী জনীক মাতে সেইটো
0female
সিহঁতৰ ভিতৰৰ এজনীয়ে চোপা দি লুকাই থাকি শিকিলৈ
0female
এদিন গোহালি ঘৰৰ ভিতৰত সোমাই চিলনীৰ জীয়েকৰ নিচিনাকৈ মাতিলে
0female
চিলনীজনী আহি তাই আগতে পৰিল
0female
তেতিয়াই তাই চিলনীজনীক পূৰ্ণহতীয়াকৈ
0female
বাঢ়নীৰে কোব মাৰি মাৰি পেলাই গোবৰৰ তলত পুতি থলে
0female
চিলনীৰ জীয়েকে এই কথাৰ শুং সূত্ৰকে নাপালে
0female
ইয়াৰ পিচত চিলনীৰ জীয়েকে মাকক ইনাই বিনাই কতবাৰ মাতিলে
0female
কিন্তু মাক আৰু কৰ পৰা আহিব
0female
সতিনিয়েকহঁতে কিবা বুদ্ধি কৰি
0female
চিলনীজনী মাৰিলে বুলি
0female
তেতিয়া চিলনীৰ জীয়েকে বুজিব পাৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে
0female
ইয়াৰ কিছুদিনৰ পিছত সদাগৰ বেপাৰ কৰিবলৈ যাবলৈ ওলাল
0female
যাবৰ সময়ত সদাগৰৰ সাতোজনী ঘৈণীয়েকক দঢ়াই দঢ়াই কলে
0female
সিঁহতে যেন চিলনীৰ জীয়েকক দুখ নিদি ভালকৈ ৰাখে
0female
এদিন মুদৈ এটাই ফণি আৰ্চি সেন্দূৰ খুৰীবাটি গোন্ধতেল
0female
আদি বেচিবলৈ বুলি সদাগৰ ঘাটতে তাৰ নাও বান্ধিলেহি
0female
সদাগৰৰ ঘৈণীয়েকহঁতে সিহঁতৰ চকুৰ কুটা দাঁতৰ শাল
0female
চিলনীৰ জীয়েকক সেই মুদৈটোকে বেচিবলৈ মনে মনে আলচি
0female
মুদৈটোৰ পৰা কিছুমান বস্তু কিনি
0female
সেইবোৰৰ বেচৰ বাবে তাক এজনী ৰূপহী ছোৱালী দিম বুলি কলে
0female
এই ছোৱালীজনীৰ ৰূপ গুণ সিহঁতে
0female
মুদৈটোৰ আগত এনেকৈ বৰ্ণাইছিল যে
0female
মুদৈৰ লোভ লাগি বস্তুৰ বেচত মাৰি ছোৱালীজনীকে লৈ যাবলৈ সি মান্তি হল
0female
এই ছোৱালীজনীৰ ৰূপ গুণ সিহঁতে
0female
মুদৈটোৰ আগত এনেকৈ বৰ্ণাইছিল যে
0female
মুদৈৰ লোভ লাগি বস্তুৰ বেচত মাৰি লৈ যাবলৈ সি হল
0female
আমাৰ ঘাটত এটা মুদৈয়ে
0female
এনাও বঢ়িয়া বস্তু বেচিবলৈ আনি নাও বান্ধি আছেহি
0female
আমি চাই মেলি তাৰপৰা কিছুমান বস্তু কিনি আনোগৈ আহ
0female
চিলনীৰ জীয়েকে কলে মোক একো নালাগে
0female
তোমালোকেই যোৱা মই নাযাওঁ
0female
মোক তেখেতে কলৈকো যাবলৈ হাক দি গৈছে
0female
সিহঁতে তাইক নানা ৰকমে বুজাই নেৰানেপেৰাকৈ ধৰাত
0female
শেষত তাই থেৰোগেৰোকৈ সিহঁতৰ লগতে গৈ ঘাট পালেগৈ
0female
সিহঁতে বস্তু চোৱাৰ লাচতে চিলনীৰ জীয়েকক মুদৈৰ নাৱত তুলি দিলত
0female
মুদৈয়ে আগেয়ে সিহঁতৰ সৈতে আলচি থোৱা মতে
0female
থাপ কৰে নাও মেলি দি চিলনীৰ জীয়েকক লৈ গুচি গল
0female
মুদৈয়ে চিলনীৰ জীয়েকক লৈ গৈ নিজৰ ঘৰ পোৱালেগৈ
0female
তাত চিলনীৰ জীয়েকক শুকান মাছৰ ৰখীয়া পাতিলে
0female
নৈৰ পাৰতে মুদৈটোৰ ঘৰ
0female
চিলনীৰ জীয়েকে ৰদত বহি শুকান মাছ ৰখি থাকোঁতে এনেদৰে বিনাই আছিল
0female
কুমাৰনী আয়ে মোক উটুৱাই দিলে
0female
চিলনী আয়ে মোক দাঙি ধৰিলে
0female
সাউদৰ কোঁৱৰে মোক বিয়া কৰালে
0female
সাতসতিনীয়ে মোক ডোমত বেচিলে
0female
ডোমে মোক শুকান মাছ ৰখীয়া কৰিলে
0female
শুকান মাছ ৰখি থাকোঁতে সেইপিনে
0female
সদাগৰ নাৱেৰে উজাই ঘৰলৈ উভতি আহিছিল
0female
দূৰৰপৰা এই বিননি শুনি সদাগৰে সেইখিনিতে
0female
নাও ৰাখি চিলনীৰ জীয়েকৰ ওচৰলৈ গৈ তাইৰ কি হৈছে
0female
কিয় কান্দিছে বুলি সুধিলত সকলো কথা ভাঙি তাই সদাগৰক কলে
0female
তেতিয়া তাইৰ আগত নিজৰ চিনাকি দি
0female
তাইক নাৱত তুলি গা পা ধুৱাই ন ৰিহা মেখেলা পিন্ধাই
0female
নাৱত তুলি লৈ গুচি আহিল
0female
নাৱতে চিলনীৰ জীয়েকক সদাগৰে এটা কাঠৰ পেৰাত
0female
সুমোৱাই থৈ তাই উশাহ লবলৈ পেৰাটোত এটা বিন্ধা কৰি দিছিল
0female
সদাগৰে ঘৰ পাই তেওঁৰ আনবোৰ বয়বস্তুৰে সৈতে
0female
পেৰাটোও তেঁওৰ শোৱনি ঘৰত সুমোৱাই থলে
0female
তহঁতৰ এটাইকেইজনীক দেখিবলৈ পাইছোঁ
0female
কিন্তু চিলনী জীয়েকক নাই পোৱা কিয়
0female
সিঁহতে উত্তৰ দিলে তাই আজি ভালেমান দিন হল
0female
মাকৰ ঘৰলৈ গল উভতি অহাই নাই
0female
এই কথা শুনি সদাগৰে সিঁহতক কলে
0female
মোৰ মনে ধৰিছে তঁহতে তাইক কিবা কৰিলি
0female
বাৰু তহঁতে সচাঁ কথা কৈছ নে মিছা কথা কৈছ
0female
মই তহঁতক এতিয়াই পৰীক্ষা কৰিম
0female
এইবুলি এটা দ গাঁত খন্দাই তাত জেং আৰু কাঁই পুতি
0female
এডাল এৱাঁ সূতা গাঁতটোৰ ইপাৰৰ পৰা সিপাৰলৈ
0female
বান্ধি দি ঘৈণীয়েকহঁতক কলে
0female
যি এই সূতাৰ ওপৰেদি বগাই যাব পাৰিবি
0female
সিয়েই নিৰ্দোষী বুলি জানিম
0female
এজনী এজনীকৈ ছজনী ঘৈনীয়েকে
0female
এৱাঁ সূতাৰ ওপৰেদি গৈ সূতা ছিগি গাঁতত পৰি মৰিল
0female
কিন্তু সপ্তমজনী নপৰিল
0female
সেইজনীয়ে সেই সূতাইদি সাত বাৰ অহা যোৱা কৰিলে
0female
কাৰণ তাই সঁচাকৈয়ে চিলনী জীয়েকক বেচাৰ কথা একো নাজানিছিল
0female
আন সতিনীয়েকহঁতে সেই কাম কৰোঁতে তাই ভাত ৰান্ধিছিল
0female
ইয়াৰ পিছত সদাগৰে তেওঁৰ সেই ছজনী ঘৈনীয়েকক গাঁততে মাটি দি পুতি থলে
0female
আৰু চিলনী জীয়েকক পেৰাৰ পৰা উলিয়ালে
0female